মুখ্যপৃষ্ঠা »খবৰ »অসম »কোৰোণাৰ বিৰুদ্ধে যুঁজঃ জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ১ লাখ টকা

কোৰোণাৰ বিৰুদ্ধে যুঁজঃ জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ১ লাখ টকা

ইতিমধ্যে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, অভিনেতা যতীন বৰাইয়ো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে

  • Share this:
সমগ্ৰ দেশত এতিয়া কোৰোণাৰ সন্ত্ৰাস। অসমত এতিয়ালৈকে ২৮ জনৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছৰ অৱস্থিতি। কোৰোণাৰ বিৰুদ্ধে যুঁজ দিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বিভিন্ন জনে আগবঢ়াইছে সাধ্য অনুসৰি অনুদান। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক মানস ৰবীনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে এক লাখ টকাৰ আৰ্থিক সাহায্য।

ইতিমধ্যে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, অভিনেতা যতীন বৰাইয়ো মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে।

শেহতীয়া বাতৰি