• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ত নৃশংস হত্যাকাণ্ড, মৰিয়াই মৰিয়াই ডিঙি চেপি এজনক হত্যা

নুমলীগড়ত নৃশংস হত্যাকাণ্ড, মৰিয়াই মৰিয়াই ডিঙি চেপি এজনক হত্যা

টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ। হত্যাকাৰী আৰৱেল কেৰ্কেটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে।

  • Share this:
নুমলীগড়ৰ কাষৰীয়া ১নং কোৱানীত নিশা নৃশংস হত্যাকাণ্ড। আৰৱেল কেৰ্কেটা নামৰ এজন লোকক মৰিয়াই মৰিয়াই ডিঙি চেপি হত্যা কৰিলে গৌতম বিশ্বাস নামৰ লোকজনে। হত্যা কৰি নিজৰ স্কুটীত তুলি ভৰাই থৈ যায় ডাকঘৰ চাৰিআলিৰ পৰা কোৱানী সংযোগী পথত। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ। হত্যাকাৰী আৰৱেল কেৰ্কেটাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে।

জানিব পৰা মতে, হত্যাকাৰী আৰৱেল কেৰ্কেটা আৰু গৌতম বিশ্বাস দুয়ো নিষিদ্ধঘোষিত সংগঠন আলনাৰ সদস্য আছিল। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি