গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড, ডকাইতে হত্যা কৰি থৈ গ’ল অৱসৰপ্ৰাপ্ত অভিযন্তাক

News18 Assam | News18-Assam
Updated:January 8, 2020, 8:30 AM IST
গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড, ডকাইতে হত্যা কৰি থৈ গ’ল অৱসৰপ্ৰাপ্ত অভিযন্তাক
Photo : Indiatoday.in

ঘৰত অকলে আছিল পৰেশ চন্দ্ৰ বৰুৱা। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

  • Share this:
গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড। দিছপুৰ আইন মহাবিদ্যালয় পথত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। ডকাইতে হত্যা কৰিলে পৰেশ চন্দ্ৰ বৰুৱা নামৰ এজন অৱসৰপ্ৰাপ্ত অভিযন্তাক। নিশা ডকাইতৰ দল প্ৰৱেশ কৰিছিল বৰুৱাৰ ঘৰত। সেই সময়ত ঘৰত অকলে আছিল পৰেশ চন্দ্ৰ বৰুৱা। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি