মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশ্বনাথত দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা এজন লোকক

বিশ্বনাথত দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা এজন লোকক

News18-Assam
Updated:June 23, 2019, 9:02 AM IST
বিশ্বনাথত  দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা এজন লোকক
সম্প্ৰতি পলাতক হত্যাকাৰী ধনিয়া চবৰ। সুৰাপান কৰি থাকোতে কাজিয়াৰ সূত্ৰপাত হয়। অভিযুক্তৰ সন্ধানত জিনজিয়া আৰক্ষীৰ অভিযান অব্যাহত। 

সম্প্ৰতি পলাতক হত্যাকাৰী ধনিয়া চবৰ। সুৰাপান কৰি থাকোতে কাজিয়াৰ সূত্ৰপাত হয়। অভিযুক্তৰ সন্ধানত জিনজিয়া আৰক্ষীৰ অভিযান অব্যাহত। 

  • Share this:
বিশ্বনাথৰ জাপৰিগুৰিত লোমহৰ্ষক হত্যাকাণ্ড। নিশা দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা এজন লোকক। মৃত লোকজনৰ নাম বিজয় তাঁতি। সম্প্ৰতি পলাতক হত্যাকাৰী ধনিয়া চবৰ। সুৰাপান
কৰি থাকোতে কাজিয়াৰ সূত্ৰপাত হয়। অভিযুক্তৰ সন্ধানত জিনজিয়া আৰক্ষীৰ অভিযান অব্যাহত।
First published: June 23, 2019, 9:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি