স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক!

বটদ্ৰৱাৰ ছলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এজন লোকে হত্যা কৰাৰ অভিযোগ পত্নীক।

news18assam
Updated:May 16, 2019, 3:19 PM IST
স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক!
বটদ্ৰৱাৰ ছলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এজন লোকে হত্যা কৰাৰ অভিযোগ পত্নীক।
news18assam
Updated: May 16, 2019, 3:19 PM IST
বটদ্ৰৱাৰ ছলাপথাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এজন লোকে হত্যা কৰাৰ অভিযোগ পত্নীক। পত্নী ফাৰহানা খাতুনক পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ অভিযোগ স্বামী ইক্ৰামুল হুছেইনৰ বিৰুদ্ধে৷ দীৰ্ঘদিন ধৰি স্বামী–স্ত্ৰীৰ মাজত চলি আহিছিল সংঘাত। বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে অভিযুক্ত ইক্ৰামুল হুছেইনক।
আৰু চাওক পৰৱৰ্তী বাতৰি