হাজোত ২০ টকাৰ বাবেই এজনক নৃশংসভাৱে হত্যা

অনিল দাস নামৰ এজনক মৰিয়াই মৰিয়াই হত্যা কৰিলে পদুম দাস নামৰ লোকজনে।

news18assam
Updated:July 2, 2019, 8:27 PM IST
হাজোত ২০ টকাৰ বাবেই এজনক নৃশংসভাৱে হত্যা
অনিল দাস নামৰ এজনক মৰিয়াই মৰিয়াই হত্যা কৰিলে পদুম দাস নামৰ লোকজনে।
news18assam
Updated: July 2, 2019, 8:27 PM IST
হাজোৰ বৰাহতোলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। অনিল দাস নামৰ এজনক মৰিয়াই মৰিয়াই হত্যা কৰিলে পদুম দাস নামৰ লোকজনে। ২০ টকা নিদিয়াৰ বাবেই অনিল দাসক হত্যা কৰিলে পদুমে। প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত পদুমে অনিলৰ পৰা বিচাৰিছিল ২০ টকা। সম্প্ৰতি পলাতক হৈ আছে হত্যাকাৰী পদুম দাস।
আৰু চাওক পৰৱৰ্তী বাতৰি