মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মুম্বাইৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ হাতত গ্ৰেপ্তাৰ ধৰমতুলৰ যুৱক

মুম্বাইৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ হাতত গ্ৰেপ্তাৰ ধৰমতুলৰ যুৱক

News18-Assam
Updated:August 20, 2019, 10:45 PM IST
মুম্বাইৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ হাতত গ্ৰেপ্তাৰ ধৰমতুলৰ যুৱক
টীম ইণ্ডিয়াৰ খেলুৱৈক মৃত্যুৰ ভাবুকি দিছিল যুৱকজনে। BCCIলৈ মেইলযোগে দিছিল মৃত্যুৰ ভাবুকি।

টীম ইণ্ডিয়াৰ খেলুৱৈক মৃত্যুৰ ভাবুকি দিছিল যুৱকজনে। BCCIলৈ মেইলযোগে দিছিল মৃত্যুৰ ভাবুকি।

  • Share this:
অসমত মুম্বাইৰ এণ্টি টেৰ’ৰিষ্ট স্কোৱাডৰ দল। ATS–এ গ্ৰেপ্তাৰ কৰিলে ধৰমতুলৰ এজন যুৱকক। ধৃত যুৱকজনৰ নাম ব্ৰজমোহন দাস। টীম ইণ্ডিয়াৰ খেলুৱৈক মৃত্যুৰ ভাবুকি দিছিল যুৱকজনে। BCCIলৈ মেইলযোগে দিছিল মৃত্যুৰ ভাবুকি। যুৱকজনৰ বিৰুদ্ধে মুম্বাইত ৰুজু হৈছিল গোচৰ।
First published: August 20, 2019, 10:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি