কোকৰাঝাৰৰ মুখীগাঁৱৰ হত্যাকাণ্ডৰ মূল হত্যাকাৰী গ্ৰেপ্তাৰ

 ২৬ জুনত নৃশংসভাৱে হত্যা কৰিছিল এটা পৰিয়ালক। পিতৃ আৰু মাতৃসহ ৩ বছৰীয়া কন্যাক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল লোকজনে। কথমপি প্ৰাণ ৰক্ষা পৰিছিল এগৰাকী কন্যাৰ। 

News18-Assam
Updated:June 30, 2019, 4:44 PM IST
কোকৰাঝাৰৰ মুখীগাঁৱৰ হত্যাকাণ্ডৰ মূল হত্যাকাৰী গ্ৰেপ্তাৰ
 ২৬ জুনত নৃশংসভাৱে হত্যা কৰিছিল এটা পৰিয়ালক। পিতৃ আৰু মাতৃসহ ৩ বছৰীয়া কন্যাক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল লোকজনে। কথমপি প্ৰাণ ৰক্ষা পৰিছিল এগৰাকী কন্যাৰ। 
News18-Assam
Updated: June 30, 2019, 4:44 PM IST
কোকৰাঝাৰৰ মুখীগাঁৱৰ হত্যাকাণ্ডৰ মূল হত্যাকাৰী আৰক্ষীৰ জালত। ধৃত লোকজনৰ নাম সভানন্দ ৰয়। কেজুৰবাৰিৰ যোগদৈত ঘৰ হত্যাকাৰী সভানন্দৰ।



২৬ জুনত নৃশংসভাৱে হত্যা কৰিছিল এটা পৰিয়ালক। পিতৃ আৰু মাতৃসহ ৩ বছৰীয়া কন্যাক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল লোকজনে। কথমপি প্ৰাণ ৰক্ষা পৰিছিল এগৰাকী কন্যাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি