সাংসদ নৱ শৰণীয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ বৰঝাৰ বিমানবন্দৰত
সাংসদ নৱ শৰণীয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ বৰঝাৰ বিমানবন্দৰত
সাংসদ নৱ শৰণীয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ বৰঝাৰ বিমানবন্দৰত । কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে মোদীক । BTRত বসবাস কৰা ৭০ শতাংশ অবড়ো লোকৰ নানা সা সুবিধা তথা সুৰক্ষা দিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনালে নৱ শৰণীয়াই । অহা ১২ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত ৰাজ্য চৰকাৰেৰ সৈতে BTRৰ অন্তৰ্গত বিভিন্ন দল-সংগঠনে এখন গুৰুত্বপূৰ্ণ বৈঠক ভাগ ল’ব।
সেইদিনাই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে দল সংগঠনসমূহৰ এখন বৈঠকৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাব। BTRৰ বিজয়উল্লাহ উৎসৱক নৱ শৰণীয়াই আদৰণী জনাইছে যদিও বিগত সময়ত অবড়ো লোকৰ কথা শুনা নাছিল বাবে দুখ প্ৰকাশ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|