সাংসদ নৱ শৰণীয়াৰ কনভয়ত আক্ৰমণ

পাঠশালাৰ পাটাছাৰকুছিৰ ৩১নং ঘাইপথত সাংসদগৰাকীৰ কনভয়ক আক্ৰমণ কৰে দুৰ্বৃত্তই

News18-Assam
Updated:August 19, 2019, 10:43 PM IST
সাংসদ নৱ শৰণীয়াৰ কনভয়ত আক্ৰমণ
পাঠশালাৰ পাটাছাৰকুছিৰ ৩১নং ঘাইপথত সাংসদগৰাকীৰ কনভয়ক আক্ৰমণ কৰে দুৰ্বৃত্তই
News18-Assam
Updated: August 19, 2019, 10:43 PM IST
সাংসদ নৱ শৰণীয়াৰ কনভয়ত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ। পাঠশালাৰ পাটাছাৰকুছিৰ ৩১নং ঘাইপথত সাংসদগৰাকীৰ কনভয়ক আক্ৰমণ কৰে দুৰ্বৃত্তই।সাংসদগৰাকীৰ আগে আগে গৈছিল অবড়ো নেতা ব্ৰজেন মহন্তৰ বাহন।

দুৰ্বৃত্তই ব্ৰজেন মহন্তৰ গাড়ীৰ গ্লাছ ভাঙি ক্ষতিসাধন কৰে। ইতিমধ্যে ব্ৰজেন মহন্ত কাষ চাপিছে আৰক্ষীৰ। ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি