শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ কথা কোৱাৰ আগতে শ্বেৰমান আলীক অসমৰ সাহিত্য–সংস্কৃতি, বুৰঞ্জী ভাল দৰে অধ্যয়ন কৰি ল’বলৈও আহ্বান জনায় সাংসদগৰাকীয়ে।
শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ কথা কোৱাৰ আগতে শ্বেৰমান আলীক অসমৰ সাহিত্য–সংস্কৃতি, বুৰঞ্জী ভাল দৰে অধ্যয়ন কৰি ল’বলৈও আহ্বান জনায় সাংসদগৰাকীয়ে।
নুমলীগড়ত বিধায়ক শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰা সাংসদগৰাকীয়ে সাংবাদিকৰ আগত তীব্ৰ সমালোচনা কৰে বিধায়ক শ্বেৰমান আলীক। শ্বেৰমান আলী অসমৰ অসমীয়া নহয় বুলি কোৱাৰ লগতে শ্বেৰমান আলীৰ মগজুৰ বিকৃতি ঘটিছে বুলিও কটাক্ষ কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।
ইফালে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়ামৰ কথা কোৱাৰ আগতে শ্বেৰমান আলীক অসমৰ সাহিত্য–সংস্কৃতি, বুৰঞ্জী ভাল দৰে অধ্যয়ন কৰি ল’বলৈও আহ্বান জনায় সাংসদগৰাকীয়ে।
সাংসদগৰাকীয়ে নুমলীগড়ৰ বকিয়াল চাহ বাগিচাত আদৰ্শ হাইস্কুলৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি চৰকাৰে মডেল হাইস্কুল স্থাপনৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত সৰ্বসাধাৰণৰ লগতে চাহ বাগিচাৰ লোকসকলক আকৰ্ষিত কৰাৰ এক লক্ষ্য বুলি জানিব দিয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|