বিজেপিৰ এজেণ্ডা কেৱল হিন্দু আৰু মুছলমান। আব্দুল খালেক এগৰাকী সাংবাদিকো আছিল, তেখেতৰ লিখনি খুৱ ভাল। এই মন্তব্য আগবঢ়াই ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই।

সাংসদ আব্দুল খালেকৰ বিশ্লেষণ নুশুনাকৈ মন্তব্য নিদিয়ে বুলি কোৱা অজিত কুমাৰ ভূঞাই মোগলৰ অৱদানকলৈ কোনোবাই গৌৰৱ কৰিব পাৰে বুলি উল্লেখ কৰে। ৰাজ্য সভাৰ সাংসদগৰাকীৰ মতে সকলোৰে এতিয়া মূল শত্ৰু হ'ল বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা। যোৱা নিৰ্বাচনৰ সময়ত মোগল আহি মালিগাঁও পাইছিল বুলি কৈ বিজেপিক কটাক্ষ কৰা অজিত কুমাৰ ভূঞাই নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই যিজনক দাড়িয়া মানুহক মোগলৰ সম্নাট বুলি কৈছিল তেৱেঁই এতিয়া বুকুৰ আপোন বুলি কয়। মই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈ জিকোতে সভ্যতা সংস্কৃতি শেষ হৈ গৈছিল বুলি বিজেপিয়ে প্ৰচাৰ কৰিছিল। এতিয়া বিজেপিয়ে ৰাজ্যসভাত এআইইউডিএফৰ ভোট লওতে সভ্যতাৰ কি হ'ল বুলি প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|