হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ আব্দুল খালেক, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি

News18 Assam | News18-Assam
Updated:October 21, 2020, 8:51 AM IST
হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ আব্দুল খালেক, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি
অসুস্থ আব্দুল খালেকক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অসুস্থ আব্দুল খালেকক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

  • Share this:
হঠাৎ অসুস্থ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেক। ৬নং বৰপেটা লোকসভা সমষ্টিৰ সা‌ংসদ আব্দুল খালেকে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছে। অসুস্থ আব্দুল খালেকক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে এক বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে, আব্দুল খালেকৰ স্বাস্থ্যৰ কোনো চিন্তাৰ কাৰণ নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি সাংসদ ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সাংসদ আব্দুল খালেকৰ আশু আৰোগ্য কামনা কৰে।
Published by: Sanjay Kumar Das
First published: October 21, 2020, 8:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading