স্বস্তি! অসমত নহয় চকাবন্ধ, ঘোষণা কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

অৱশেষত চকা বন্ধৰ কাৰ্যসূচী বাতিল কৰিলে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
অৱশেষত চকা বন্ধৰ কাৰ্যসূচী বাতিল কৰিলে সদৌ অসম মটৰ পৰিবহণ সন্থাই।
- News18 Assam
- Last Updated: January 27, 2021, 7:21 PM IST
উল্লেখ্য যে, অসংগঠিত খণ্ডৰ ৮ৰ পৰা ৯ লাখ চালক কৰ্মচাৰীক চৰকাৰে শুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে ল’ক ডাউনৰ ফলত কৰ্মহীন হৈ পৰে শ্ৰমিকসকলক সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই। আৰু এইসমূহ সমস্যা সমাধানৰ দাবীতে সংগঠনটোৱে ২৭ জানুৱাৰীৰ পৰা চকা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছিল। কিন্তু অৱশেষত ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত এই কাৰ্যসূচী বাতিল কৰা হয়।