শিৱসাগৰত অমানৱীয় কাণ্ড, মাতৃয়ে দিখৌত দলিয়ালে ৭ বছৰীয়া কন্যা

News18-Assam
Updated:November 16, 2019, 10:13 AM IST
শিৱসাগৰত অমানৱীয় কাণ্ড, মাতৃয়ে দিখৌত দলিয়ালে ৭ বছৰীয়া কন্যা
প্ৰতীকী ফটো

শিৱসাগৰৰ নামদাং শিলসাঁকোত সংঘটিত হৈছে অমানৱীয় কাণ্ড

  • News18 Assam
  • Last Updated: November 16, 2019, 10:13 AM IST
  • Share this:
শিৱসাগৰৰ নামদাং শিলসাঁকোত সংঘটিত হৈছে অমানৱীয় কাণ্ড। মাতৃয়ে দিখৌত দলিয়ালে নিজৰ ৭ বছৰীয়া কন্যাক। দুৰ্ভগীয়া শিশুটিৰ নাম দেৱযানী দাস বুলি জানিব পৰা গৈছে। বৰ্তমান শিশুটিক বিচাৰি দিখৌ নদীত  SDRF, NDRF এ আৰম্ভ কৰিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি