পাঞ্জাবাৰীত মাতৃ আৰু কন্যাক চুৰিকাঘাত দুৰ্বৃত্তৰ, আৰক্ষীৰ জালত ২ মহিলা

মহিলাগৰাকীক ১০ লাখ টকা দাবী কৰিছিল, দাবী কৰা ধন নিদিয়াৰ বাবেই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ একাংশৰ।

News18-Assam
Updated:July 3, 2019, 12:58 PM IST
পাঞ্জাবাৰীত মাতৃ আৰু কন্যাক চুৰিকাঘাত দুৰ্বৃত্তৰ, আৰক্ষীৰ জালত ২ মহিলা
মহিলাগৰাকীক ১০ লাখ টকা দাবী কৰিছিল, দাবী কৰা ধন নিদিয়াৰ বাবেই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ একাংশৰ।
News18-Assam
Updated: July 3, 2019, 12:58 PM IST
মহানগৰীৰ পাঞ্জাবাৰীত মাতৃ আৰু কন্যাক চুৰিকাঘাত। গণেশ মন্দিৰৰ ওচৰত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা। বাসগৃহত সোমাই মাতৃ আৰু কন্যাক চুৰিকাঘাত দুৰ্বৃত্তৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুগৰাকী মহিলাক।



২ মহিলাসহ ৪জনে সংঘটিত কৰিছিল এই ঘটনা। এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই আন দুজন। মহিলাগৰাকীক ১০ লাখ টকা দাবী কৰিছিল, দাবী কৰা ধন নিদিয়াৰ বাবেই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ একাংশৰ। এই কথা NEWS18ক জনালে মহিলাগৰাকীৰ ভাতৃয়ে। হাস্পতালত মৃত্যু ঘটে মাতৃ উৰ্বশী কৈৱৰ্তৰ। আহত কন্যা বৰ্তমান চিকিৎসাধীন দিছপুৰৰ GNRCত। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে সাতগাঁও আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি