নুমলীগড়ৰ বৰপাকত মৰ্মান্তিক ঘটনা, বিহ পান কৰি আত্মহত্যা মাতৃ–পুত্ৰৰ

পুত্ৰ ভূৰে ছেত্ৰীৰ ঘৰতে মৃত্যু হোৱাৰ লগতে মাতৃ গংগা ছেত্ৰীৰ মৃত্যু হয় বোকাখাত হাস্পতালত।

News18-Assam
Updated:August 4, 2019, 9:28 AM IST
নুমলীগড়ৰ বৰপাকত মৰ্মান্তিক ঘটনা, বিহ পান কৰি আত্মহত্যা মাতৃ–পুত্ৰৰ
পুত্ৰ ভূৰে ছেত্ৰীৰ ঘৰতে মৃত্যু হোৱাৰ লগতে মাতৃ গংগা ছেত্ৰীৰ মৃত্যু হয় বোকাখাত হাস্পতালত।
News18-Assam
Updated: August 4, 2019, 9:28 AM IST
নুমলীগড়ৰ বৰপাকত মৰ্মান্তিক ঘটনা। দিব্যাংগ পুত্ৰৰ সৈতে বিহপান কৰি আত্মহত্যা মাতৃৰ। মৃত মাতৃৰ নাম গংগা ছেত্ৰী আৰু পুত্ৰৰ নাম ভূৰে ছেত্ৰী। নিজ বাসগৃহতে বিহ পান কৰে দুয়ো। পুত্ৰ ভূৰে ছেত্ৰীৰ ঘৰতে মৃত্যু হোৱাৰ লগতে মাতৃ গংগা ছেত্ৰীৰ মৃত্যু হয় বোকাখাত হাস্পতালত। পুত্ৰ বিশেষভাৱে সক্ষম হোৱাৰ বাবেই আত্মহত্যাৰ সন্দেহ।
আৰু চাওক পৰৱৰ্তী বাতৰি