লংকাত ৰে’লৰ খুন্দাত কৰুণ মৃত্যু মাতৃ–পুত্ৰৰ

পুৱা স্থানীয় লোকে ৰে’লপথত প্ৰত্যক্ষ কৰে মৃতদেহ দুটা।

News18-Assam
Updated:August 9, 2019, 9:02 AM IST
লংকাত ৰে’লৰ খুন্দাত কৰুণ মৃত্যু মাতৃ–পুত্ৰৰ
পুৱা স্থানীয় লোকে ৰে’লপথত প্ৰত্যক্ষ কৰে মৃতদেহ দুটা।
News18-Assam
Updated: August 9, 2019, 9:02 AM IST
লংকাত ৰে’লৰ খুন্দাত কৰুণ মৃত্যু মাতৃ–পুত্ৰৰ। ২নং ৰে’ল গে’টৰ সমীপত সংঘটিত হৈছে এই কৰুণ ঘটনা। অবধ আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ। জানিব পৰা হোৱা নাই মৃত মহিলাগৰাকী আৰু শিশুটিৰ পৰিচয়। পুৱা স্থানীয় লোকে ৰে’লপথত প্ৰত্যক্ষ কৰে মৃতদেহ দুটা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান।
আৰু চাওক পৰৱৰ্তী বাতৰি