ৰে’লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা, মাতৃক বচাবলৈ গৈ মৃত্যু ৮ বছৰীয়া পুত্ৰৰো!

নামনিমুৱা মৰিয়নী-গুৱাহাটী ৰে’লৰ খুন্দাত মৃত্যু হয় মাতৃ–পুত্ৰৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই নিহত মাতৃ-পুত্ৰৰ পৰিচয়।

News18-Assam
Updated:August 25, 2019, 4:21 PM IST
ৰে’লৰ আগত জঁপিয়াই মাতৃৰ আত্মহত্যা, মাতৃক বচাবলৈ গৈ মৃত্যু ৮ বছৰীয়া পুত্ৰৰো!
নামনিমুৱা মৰিয়নী-গুৱাহাটী ৰে’লৰ খুন্দাত মৃত্যু হয় মাতৃ–পুত্ৰৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই নিহত মাতৃ-পুত্ৰৰ পৰিচয়।
News18-Assam
Updated: August 25, 2019, 4:21 PM IST
লংকাৰ লাল কোৱাৰ্টাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ আগত পৰি এগৰাকী মহিলাই আত্মহত্যা কৰে এগৰাকী মহিলাই। ৰে’লপথৰ দাঁতিত উদ্ধাৰ মহিলাগৰাকীৰ ৮ বছৰীয়া পুত্ৰৰ মৃতদেহো। মাতৃক বচাবলৈ গৈ ৰে’লৰ খুন্দাত পুত্ৰৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। নামনিমুৱা মৰিয়নী-গুৱাহাটী ৰে’লৰ খুন্দাত মৃত্যু হয় মাতৃ–পুত্ৰৰ। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই নিহত মাতৃ-পুত্ৰৰ পৰিচয়। ঘটনাস্থলীত লংকা ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি