গোৱালপাৰাত কাৰ্লভাৰ্টৰ তলত উদ্ধাৰ মাতৃ–পুত্ৰৰ মুণ্ডহীন মৃতদেহ

কাৰ্লভাৰ্টটোৰ সমীপৰ পথাৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ ছিন্ন মুণ্ড।

News18-Assam
Updated:August 22, 2019, 11:22 AM IST
গোৱালপাৰাত কাৰ্লভাৰ্টৰ তলত উদ্ধাৰ মাতৃ–পুত্ৰৰ মুণ্ডহীন মৃতদেহ
কাৰ্লভাৰ্টটোৰ সমীপৰ পথাৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ ছিন্ন মুণ্ড।
News18-Assam
Updated: August 22, 2019, 11:22 AM IST
গোৱালপাৰাৰ মাটিয়াত লোমহৰ্ষক হত্যাকাণ্ড। এটা কাৰ্লভাৰ্টৰ তলত উদ্ধাৰ হ’ল মাতৃ-পুত্ৰৰ মুণ্ডহীন মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম জায়েদা ভানু আৰু ৩ বছৰীয়া সন্তানৰ নাম জামিৰুল ইছলাম। স্বামী ইয়াকুব আলীয়ে হত্যা কৰাৰ অভিযোগ ৰাইজৰ। কাৰ্লভাৰ্টটোৰ সমীপৰ পথাৰত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ ছিন্ন মুণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি