মুখ্যপৃষ্ঠা »খবৰ »অসম »Goalpara | ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল মাতৃ–কন্যাৰ, তীব্ৰবেগী বাহনে মহটিয়াই নিয়াৰ ফলত ছিন্ন–ভিন্ন হৈ পৰিল মাতৃ–কন্যাৰ দেহ

Goalpara | ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল মাতৃ–কন্যাৰ, তীব্ৰবেগী বাহনে মহটিয়াই নিয়াৰ ফলত ছিন্ন–ভিন্ন হৈ পৰিল মাতৃ–কন্যাৰ দেহ

স্কুটীখনক খুন্দিয়াই বহু দূৰলৈকে লৈ যায় বাহনখনে৷ গাঁৱৰ পথেৰে প্ৰচণ্ড বেগেৰে চালকে বাহনখন চলোৱাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷

  • Share this:
গোৱালপাৰাৰ মাটিয়াৰ উপৰ-বগুৱান গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন তীব্ৰবেগী পিকআপ ভানে মহটিয়াই নিলে স্কুটীসহ দুই আৰোহীক৷ থিতাতে নিহত স্কুটীত থকা দুই মাতৃ-কন্যা৷

নিহত মাতৃৰ নাম হৈছে হিমাদ্ৰী কছাৰী (২৭) আৰু কন্যাৰ নাম ৰাণী কছাৰী (৯)৷ স্কুটীখনক খুন্দিয়াই বহু দূৰলৈকে লৈ যায় বাহনখনে৷ গাঁৱৰ পথেৰে প্ৰচণ্ড বেগেৰে চালকে বাহনখন চলোৱাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷

বাহনখন মাতৃ-কন্যাৰ দেহৰ ওপৰেৰে উঠাই লৈ যায় চালকে৷ যাৰ ফলত চিন্ন-ভিন্ন হৈ পৰে মাতৃ-কন্যাৰ দেহ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰে৷

শেহতীয়া বাতৰি