• Home
  • »
  • News
  • »
  • assam
  • »
  • ISBTৰ মূল প্ৰৱেশপথত ASTCৰ অৰ্ধশতাধিক বাছ, কোনোবাখনৰ নাই চকা নাই ছীট, ভিতৰত গজিছে বন

ISBTৰ মূল প্ৰৱেশপথত ASTCৰ অৰ্ধশতাধিক বাছ, কোনোবাখনৰ নাই চকা নাই ছীট, ভিতৰত গজিছে বন

 ৫০ লক্ষৰ পৰা ১ কোটি দৰত ক্ৰয় কৰা বাহন হৈ পৰিছে বিকলাংগ।

৫০ লক্ষৰ পৰা ১ কোটি দৰত ক্ৰয় কৰা বাহন হৈ পৰিছে বিকলাংগ।

৫০ লক্ষৰ পৰা ১ কোটি দৰত ক্ৰয় কৰা বাহন হৈ পৰিছে বিকলাংগ।

  • Share this:
জোকাইচুক নহয় ISBTৰ মূল প্ৰৱেশপথতে পৰি ৰৈছে অৰ্ধ শতাধিক ASTC ৰ বাছ। ISBT ৰ চৌহদৰ পৰাই বাহনসমূহৰ পৰা খুলি নিছে চকা, চিচি কেমেৰা, মেচিনৰ নট–বল্টু, চকীকে ধৰি অন্যান সামগ্ৰী।

চকুৰ সন্মুখত জহিখহি গৈছে অসম ৰাজ্যিক পৰিবহণৰ বিলাসী বাহন। ৫০ লক্ষৰ পৰা ১ কোটি দৰত ক্ৰয় কৰা বাহন হৈ পৰিছে বিকলাংগ।

কোনোবাখনৰ নাই চকা নাই ছীট, ভিতৰত গজিছে বন, আছে কুকুৰ–মেকুৰীৰ বিষ্ঠা।ডাষ্টবিন সদৃশ পৰিৱেশ বাহনসমূহৰ।

আনহাতে নতুনকৈ ক্ৰয় কৰা ভাৰতবেঞ্জৰ ASTC বাহনো পৰি ৰৈছে ISBTত। জ্বলি আছে বাহনৰ ছিগনেল লাইট।

মন্ত্ৰীয়ে ছাডেন ভিজিট দিছেহে দিছে, কাণসাৰ নাই নৱনিযুক্ত মন্ত্ৰীৰ মন্তব্যক লৈ।
Published by:Gautam Barman
First published: