মাংকীপক্সক লৈ হাই ৰাজ্যত সতৰ্কতা জাৰি৷ ইউৰোপীয় দেশত অধিক হাৰত আক্ৰান্ত monkeypox৷ যদিওৱা ভাৰতত এতিয়ালৈ কোনো লোক আক্ৰান্ত হোৱা নাই ৷ তথাপি সাৱধানতা জাৰি কৰা হৈছে অসমত৷ মাংকীপক্সক লৈ অসমত গঠন বিশেষ কমিটী৷ কমিটীৰ তত্বাৱধানত স্পৰ্শকাতৰ স্থানসমূহৰ পৰ্যবেক্ষণ চলি আছে৷ কোনো লোকৰ সন্দেহ হ’লে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ সাজু স্বাস্থ্য বিভাগ৷ এই মন্তব্য কৰিছে NHMৰ মিছন সঞ্চালকে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : June 05, 2022, 08:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।