নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে বঙাইগাঁৱত জব্দ বৃহৎ পৰিমাণৰ ধন৷ নিউ বঙাইগাঁৱত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ হয় ১২,৮৬,২০০ টকা৷ এএছ ১৯ ই ৩১৮৪ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ পৰা এই টকাখিনি জব্দ কৰে আৰক্ষীয়ে৷ বঙাইগাঁৱৰ বিভাস বৰুৱা নামৰ লোক এজনে বাসুগাঁও অভিমুখে গৈ থকাৰ সময়তে আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হয় এই ধন৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 12, 2021, 19:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।