মহিলা চিকিৎসকক যৌন নিৰ্যাতন, ৰঙা ঘৰত সোমাল যুৱক

নিশা চৰকাৰী আয়ুৰ্বেদিক হাস্পতালত সংঘটিত হৈছে এই ঘটনা। ঘটনাত অভিযুক্ত শ্বাহজামাল আলীক গ্ৰেপ্তাৰ কৰে। শ্বাহজামালে হাস্পতালত ভৰ্তি কৰাইছিল দুৰ্ঘটনাত আহত যুৱকক। সেই সময়তে এগৰাকী মহিলা চিকিৎসকক নিৰ্যাতন।

news18assam
Updated:June 9, 2019, 5:15 PM IST
মহিলা চিকিৎসকক যৌন নিৰ্যাতন, ৰঙা ঘৰত সোমাল যুৱক
নিশা চৰকাৰী আয়ুৰ্বেদিক হাস্পতালত সংঘটিত হৈছে এই ঘটনা। ঘটনাত অভিযুক্ত শ্বাহজামাল আলীক গ্ৰেপ্তাৰ কৰে। শ্বাহজামালে হাস্পতালত ভৰ্তি কৰাইছিল দুৰ্ঘটনাত আহত যুৱকক। সেই সময়তে এগৰাকী মহিলা চিকিৎসকক নিৰ্যাতন।
news18assam
Updated: June 9, 2019, 5:15 PM IST
জালুকবাৰীত মহিলা চিকিৎসকক যৌন নিৰ্যাতন। নিশা চৰকাৰী আয়ুৰ্বেদিক হাস্পতালত সংঘটিত হৈছে এই ঘটনা। ঘটনাত অভিযুক্ত শ্বাহজামাল আলীক গ্ৰেপ্তাৰ কৰে। শ্বাহজামালে হাস্পতালত ভৰ্তি কৰাইছিল দুৰ্ঘটনাত আহত যুৱকক। সেই সময়তে এগৰাকী মহিলা চিকিৎসকক নিৰ্যাতন। শৰীৰত স্পৰ্শ কৰাৰ লগতে অশ্লীল প্ৰস্তাৱ দিছিল যুৱকজনে ভুক্তভোগী চিকিৎসকগৰাকীয়ে লগে লগে ফোন কৰে ১০০ নম্বৰত। আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে শ্বাহজামালক।
আৰু চাওক পৰৱৰ্তী বাতৰি