চিটীবাছত ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা, উদণ্ড যুৱকজনক গ্ৰেপ্তাৰ

ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।

News18-Assam
Updated:September 3, 2019, 9:41 AM IST
চিটীবাছত ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা, উদণ্ড যুৱকজনক গ্ৰেপ্তাৰ
ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে।
News18-Assam
Updated: September 3, 2019, 9:41 AM IST
মহানগৰীত চিটীবাছত পুনৰ জঘন্য ঘটনা। পুনৰ চলন্ত চিটীবাছত এগৰাকী কলেজীয়া ছাত্ৰীৰ শ্লীলতা হানিৰ চেষ্টা উদণ্ড যুৱকৰ। মহানগৰীৰ জু ৰোডত সোমবাৰে সংঘটিত হয় এই ঘটনা। ঘটনাত জড়িত আবুল আলী নামৰ যুৱকজনক ইতিমধ্যে আটক কৰিছে গীতানগৰ আৰক্ষীয়ে।

ধৃত যুৱকজনৰ ঘৰ বামুণীমৈদামত। ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। গুৱাহাটীৰ এখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়নৰত ভুক্তভোগী ছাত্ৰীগৰাকী।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি