• Home
  • »
  • News
  • »
  • assam
  • »
  • মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ, মন্ত্ৰী সঞ্জয় কিষাণে আগবঢ়ালে চেক

মইনা নায়কে লাভ কৰিলে ক্ষতিপূৰণ, মন্ত্ৰী সঞ্জয় কিষাণে আগবঢ়ালে চেক

১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ চেক প্ৰদান মইনা নায়কক।বাগিচাৰ মালিক পক্ষই দিছে এই ক্ষতিপূৰণ। 

১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ চেক প্ৰদান মইনা নায়কক।বাগিচাৰ মালিক পক্ষই দিছে এই ক্ষতিপূৰণ। 

১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ চেক প্ৰদান মইনা নায়কক।বাগিচাৰ মালিক পক্ষই দিছে এই ক্ষতিপূৰণ। 

  • Share this:
মইনা নায়কৰ ক্ষতিপূৰণ দিবলৈ GMCHত উপস্থিত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ। দীৰ্ঘদিন ধৰি চিকিসাধীন হৈ আছে মইনা নায়ক। ১৩ লাখ ৪১ হাজাৰ ৪৯৮ টকাৰ চেক প্ৰদান মইনা নায়কক।বাগিচাৰ মালিক পক্ষই দিছে এই ক্ষতিপূৰণ। 

ইফালে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত ইতিবাচক আখ্যা মন্ত্ৰী সঞ্জয় কিষাণৰ। চৰকাৰ আৰু চাহ মজদুৰ সন্থা, ট্ৰেড ইউনিয়নৰ আলোচনা মৰ্মে হৈছিল মজুৰি বৃদ্ধিৰ সিদ্ধান্ত। সেই অনুসৰি ২৩২ টকালৈ বৃদ্ধি হ'ল ইয়াৰ পৰিমাণ।
Published by:Sanjay Kumar Das
First published: