ছানাউল্লাহৰ জামিন আৱেদনৰ শুনানি ল’বলৈ মান্তি নহ’ল গুৱাহাটী হাইক’ৰ্ট

৭ জুনত গ্ৰহণ কৰিব ছানাউল্লাহৰ গোচৰৰ শুনানি।

news18assam
Updated:June 3, 2019, 1:42 PM IST
ছানাউল্লাহৰ জামিন আৱেদনৰ শুনানি ল’বলৈ মান্তি নহ’ল গুৱাহাটী হাইক’ৰ্ট
৭ জুনত গ্ৰহণ কৰিব ছানাউল্লাহৰ গোচৰৰ শুনানি।
news18assam
Updated: June 3, 2019, 1:42 PM IST
বিদেশী ঘোষিত ছানাউল্লাহৰ জামিন আৱেদন গুৱাহাটী হাইক’ৰ্টত। আবেদনৰ শুনানি ল’বলৈ আজি মান্তি নহ’ল উচ্চ  ন্যায়ালয়। ৭ জুনত গ্ৰহণ কৰিব ছানাউল্লাহৰ গোচৰৰ শুনানি।
আৰু চাওক পৰৱৰ্তী বাতৰি