உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৫ টকাৰ পৰা ১০ টকালৈ হ্ৰাস পালে পেট্ৰ'ল–ডিজেলৰ মূল্য

    ৫ টকাৰ পৰা ১০ টকালৈ হ্ৰাস পালে পেট্ৰ'ল–ডিজেলৰ মূল্য

    গ্ৰাহকসকলক সকাহ দিবলৈ ৰাজ্যসমূহক পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান

    গ্ৰাহকসকলক সকাহ দিবলৈ ৰাজ্যসমূহক পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান

    গ্ৰাহকসকলক সকাহ দিবলৈ ৰাজ্যসমূহক পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান

    • Share this:

    বুধবাৰে দেৱালীৰ প্ৰাকমুহূৰ্তত ভাৰত চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। ANIৰ প্ৰতিবেদন মতে, কাইলৈৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৫ আৰু ১০ টকা হ্ৰাস কৰা হ'ব।


    চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছে যে ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস পেট্ৰ'লতকৈ দুগুণ হ'ব আৰু ই কৃষকসকলৰ বাবে উৎসাহজনক হ'ব।





    তদুপৰি, গ্ৰাহকসকলক সকাহ দিবলৈ ৰাজ্যসমূহক পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰিবলৈ আহ্বান জনোৱা হৈছে।

    Published by:Gautam Barman
    First published: