• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউৰ জিলাৰ সোণাৰিৰ শালকাঠনীত গণ প্ৰহাৰত মৃত্যু এজনৰ

চৰাইদেউৰ জিলাৰ সোণাৰিৰ শালকাঠনীত গণ প্ৰহাৰত মৃত্যু এজনৰ

শালকাঠনী চাহ বাগিচাৰ মঙলু তাতী (৩০) নামৰ যুৱকগৰাকীক বাগিচাৰ একাংশ লোকে পুৱাই মাৰপিট কৰি হত্যা কৰে৷

শালকাঠনী চাহ বাগিচাৰ মঙলু তাতী (৩০) নামৰ যুৱকগৰাকীক বাগিচাৰ একাংশ লোকে পুৱাই মাৰপিট কৰি হত্যা কৰে৷

শালকাঠনী চাহ বাগিচাৰ মঙলু তাতী (৩০) নামৰ যুৱকগৰাকীক বাগিচাৰ একাংশ লোকে পুৱাই মাৰপিট কৰি হত্যা কৰে৷

  • Share this:
চৰাইদেউৰ জিলাৰ সোণাৰিৰ শালকাঠনীত গণ প্ৰহাৰত মৃত্যু এজনৰ৷ শালকাঠনী চাহ বাগিচাৰ মঙলু তাতী (৩০) নামৰ যুৱকগৰাকীক বাগিচাৰ একাংশ লোকে পুৱাই মাৰপিট কৰি হত্যা কৰে৷ কিছু দিন পূৰ্বে কাৰাগাৰৰ পৰা জামিন লাভ কৰি মুক্তি লাভ কৰি আহিছিল যুৱকজনে৷ মঙলুৱে অঞ্চলটোৰ ৰাইজৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই আহিছিল সন্ত্ৰাস। অৱশেষত স্থানীয় লোক সকলে অতিষ্ঠ হৈ ওলাই আহি খেদি খেদি মাৰপিট কৰি হত্যা কৰে মঙলুক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি