• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনে খুলিলে বিধায়ক তেৰছ গোৱালাৰ চাইকেলৰ চকাৰ পাম্প? বৈঠকত অংশলৈ পাংচাৰ চাইকেল ঠেলিয়েই ঘৰমূৱা হ'ল বিধায়কগৰাকী

কোনে খুলিলে বিধায়ক তেৰছ গোৱালাৰ চাইকেলৰ চকাৰ পাম্প? বৈঠকত অংশলৈ পাংচাৰ চাইকেল ঠেলিয়েই ঘৰমূৱা হ'ল বিধায়কগৰাকী

তেৰছ গোৱালৰ যাত্ৰা পথত খেলিমেলি!

তেৰছ গোৱালৰ যাত্ৰা পথত খেলিমেলি!

তেৰছ গোৱালৰ যাত্ৰা পথত খেলিমেলি!

  • Share this:
কোনে খুলিলে দুলীয়াজান বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ চাইকেলৰ চকাৰ পাম্প? চাইকেল চলাই ভাল পোৱা বিধায়ক তেৰছ গোৱালাৰ বৃহস্পতিবাৰে বিধায়ক আৱাসলৈ উভতাৰ পথত ঘটিল এই অঘটন ৷

চাইকেল লৈ বিধানসভাৰ এখন বৈঠকত অংশ ল'বলৈ অহা বিধায়কগৰাকীৰ উভতাৰ পথত চাইকেল পাংচাৰ হয় ৷ বিধায়কগৰাকী চাইকেলত উঠি অলপ যোৱাৰ লগে লগে ৰখাব লগীয়া হ'ল বাহন ৷ উপায়ন্ত হৈ ইফাল সিফাল চাই ৰ'ল বিধায়ক গোৱালা।

নিজে চলাই আহি ৰখা চাইকেল খন কেনেকৈ হ'ল পাংচাৰ ৷ সন্দেহ কোনোৱাই এৰি দিলে নেকি পাম্প? একো উপায় বিচাৰি নাপাই অৱশেষত পাংচাৰ চাইকেল খন ঠেলি ঠেলি ঘৰমূৱা হ'ল বিধায়ক গোৱালা।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

-
Published by:Himangshu Bhuyan
First published: