NRC প্ৰকাশৰ পূৰ্বে সংবাদমেল পাতিবলৈ গৈ ধমক খালে শিলাদিত্যই!

News18-Assam
Updated:August 30, 2019, 1:52 PM IST
NRC প্ৰকাশৰ পূৰ্বে সংবাদমেল পাতিবলৈ গৈ ধমক খালে শিলাদিত্যই!
বিভিন্ন সময়ত NRCক লৈ বিস্ফোৰক মন্তব্য কৰি আহিছিল হোজাইৰ বিধায়কজনে।

বিভিন্ন সময়ত NRCক লৈ বিস্ফোৰক মন্তব্য কৰি আহিছিল হোজাইৰ বিধায়কজনে।

  • Share this:
কাইলৈ প্ৰকাশ পাব চূড়ান্ত NRC। এন আৰ চি প্ৰকাশৰ প্ৰাকক্ষণত আজি হোজাইৰ বিধায়ক শিলাদিত্য দেৱে আয়োজন কৰিছিল এক সংবাদমেলৰ। কিন্তু বিজেপিৰ বাধাত সংবাদমেল বাতিল কৰিবলগীয়া হ’ল বিধায়কজনে। দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ হেঁচাত সংবাদমেলত বাতিল কৰিলে শিলাদিত্য দেৱে। পূৰ্বে NRCক লৈ কেইবাখনো সংবাদমেল আয়োজন কৰিছিল বিধায়কজনে। বিভিন্ন সময়ত NRCক লৈ বিস্ফোৰক মন্তব্য কৰি আহিছিল হোজাইৰ বিধায়কজনে।

এয়াও পঢ়ক :  NRCক লৈ শংকিত নহ’ব, নাম নাহিলেও পুনৰ কৰিব পাৰিব আবেদন

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: August 30, 2019, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading