শ্বেৰমান আলীয়ে কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্বস্ত কৰিছে এইখন চৰকাৰে।
শ্বেৰমান আলীয়ে কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্বস্ত কৰিছে এইখন চৰকাৰে।
জে’লৰ পৰা ওলায়ে পুনৰ বিস্ফোৰণ ঘটালে শ্বেৰমান আলীয়ে। পূৰ্বৰ নিজৰ স্থিতিত এতিয়াও অটল বিধায়কজন। ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য শ্বেৰমান আলীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন নকৰাৰ অভিযোগ শ্বেৰমান আলীৰ।
শ্বেৰমান আলীয়ে কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্বস্ত কৰিছে এইখন চৰকাৰে। জে’লৰ তিক্ত অভিজ্ঞতাৰ বিষয়েও মন্তব্য কৰে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। জে’লত থকাৰ সময়ত কংগ্ৰেছৰ পৰা কোনোধৰণৰ সহায় নোপোৱা বুলিও মত প্ৰকাশ কৰে নিলম্বিত বিধায়কজনে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|