• Home
  • »
  • News
  • »
  • assam
  • »
  • জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে, গীতানগৰ থানাৰ গোচৰত জামিন লাভ

জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে, গীতানগৰ থানাৰ গোচৰত জামিন লাভ

শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।

শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।

শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।

  • Share this:
জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে। গীতানগৰ থানাৰ গোচৰত জামিন লাভ কৰিলে বাঘবৰৰ বিধায়কগৰাকীয়ে। কামৰূপ চি জে এম আদালতে জামিন প্ৰদান কৰিলে বিধায়ক শ্বেৰমানক। কাৰাগাৰৰ পৰা ওলোৱাৰ পথ প্ৰশস্ত হ’ল বিধায়কগৰাকীৰ।

তিনিওটা গোচৰতে জামিন লাভ কৰাৰ পিছতে শ্বাৰমান আলীৰ কাৰাগাৰৰ পৰা বাহিৰলৈ অহাৰ পথ মুকলি হ’ল। পূৰ্বে ২টা গোচৰত জামিন লাভ কৰিছিল শ্বেৰমানে। শীঘ্ৰে বিধায়কগৰাকী কাৰাগাৰৰ পৰা ওলোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: