News18 AssamNews18 Assam
|
News18-Assam Updated:January 3, 2020, 7:46 PM IST
গুৱাহাটী অভিমুখে অহাৰ পথত হয় দুৰ্ঘটনা
গুৱাহাটী অভিমুখে অহাৰ পথত হয় দুৰ্ঘটনা
বিধায়ক ৰূপজ্যোতি কুৰ্মী দুৰ্ঘটনাত পতিত ৷ যোৰহাটত দুৰ্ঘটনাত পতিত হয় বিধায়ক কুৰ্মী ৷ গুৱাহাটী অভিমুখে অহাৰ পথত হয় দুৰ্ঘটনা ৷ এখন বাহনৰ সৈতে মুখামুখী সংঘৰ্ষ হয় বিধায়ক কুৰ্মীৰ বাহন। ৰূপজ্যোতি কুৰ্মীৰ সৈতে আছিল তেওঁৰ দুজন দেহৰক্ষী। ভৰিত আঘাতপ্ৰাপ্ত হৈছে বিধায়ক কুৰ্মী ৷ CLP বৈঠকত অংশ ল'বলৈ অহাৰ পথত দুৰ্ঘটনাত পতিত হয় কুৰ্মী।
Published by:
Himangshu Bhuyan
First published:
January 3, 2020, 7:45 PM IST