• Home
  • »
  • News
  • »
  • assam
  • »
  • পশ্চিম গুৱাহাটী সমষ্টি এৰি দিব অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই, যদিহে বিজেপিয়ে মানি লয় এই চৰ্ত!

পশ্চিম গুৱাহাটী সমষ্টি এৰি দিব অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই, যদিহে বিজেপিয়ে মানি লয় এই চৰ্ত!

কোনো কাৰণতে অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এৰি নিদিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কোনো কাৰণতে অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এৰি নিদিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কোনো কাৰণতে অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এৰি নিদিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

  • Share this:
পশ্চিম গুৱাহাটী সমষ্টি এৰি দিব অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যদিহে বিজেপিয়ে জয়ী হোৱা  ৪০খন আসন অগপক এৰি দিয়ে। পশ্চিম গুৱাহাটী সমষ্টি এৰি দিব অগপই। বিজেপি জয়ী হোৱা ৪০খন আসন এৰি দিলেই পশ্চিম গুৱাহাটী সমষ্টি এৰিব পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। দিলীপ শইকীয়াই অগপৰ ৪খন আসন বিজেপিয়ে নিজে ল'ব বুলি কৈ পশ্চিম গুৱাহাটী সমষ্টিটোও বিজেপিয়ে ল'ব বুলি মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই মন্তব্য কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কোনো কাৰণতে অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এৰি নিদিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বিজেপি–অগপৰ মিত্ৰজোঁট চৰকাৰৰ আসন বুজাবুজিৰ সময়ত অগপৰ দখলত থকা ১৪ খনতকৈও অধিক আসনৰ দাবী কৰিব অগপই। আনহাতে, বৃহস্পতিবাৰে কুইন ওজাই পশ্চিম গুৱাহাটী সমষ্টিত অগপই মিত্ৰতাৰ ধৰ্ম পালন নকৰা বুলি মন্তব্য কৰাৰ প্ৰতিক্ৰিয়া হিচাপে কলিতাই কয় যে অসমৰ ভিতৰতে সৰ্বাধিক মিত্ৰতাৰ ধৰ্ম পশ্চিম গুৱাহাটীয়ে পালন কৰিছে।
Published by:Sanjay Kumar Das
First published: