• Home
  • »
  • News
  • »
  • assam
  • »
  • তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে মন্দিৰত বন্তি প্ৰজ্বলন প্ৰশান্ত ফুকনৰ

তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে মন্দিৰত বন্তি প্ৰজ্বলন প্ৰশান্ত ফুকনৰ

সোমবাৰে ডিব্ৰুগড়তো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি চহৰখনৰ বিষ্ণু মন্দিৰত বন্তি প্ৰজ্বলন কৰে বিধায়ক প্ৰশান্ত ফুকনে।

  • Share this:
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। ৰাজ্যজুৰি এতিয়া তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি পূজা-অৰ্চনা কৰিছে অজস্ৰ অনুৰাগীয়ে।

সোমবাৰে ডিব্ৰুগড়তো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি চহৰখনৰ বিষ্ণু মন্দিৰত বন্তি প্ৰজ্বলন কৰে বিধায়ক প্ৰশান্ত ফুকনে। ৰাজনীতিৰ ঊৰ্ধ্বত থাকি পুৱাই ভগৱানৰ ওচৰত তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি আঁঠু লয় বিধায়ক ফুকনে। বিধায়ক গৰাকীৰ উপৰি আন সাধাৰণ জনতায়ো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰকীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি