অসম ৰাজনীতিত ডাঙৰ খবৰ। কংগ্ৰেছৰ ৮জন বিধায়কে শীঘ্ৰে যোগদান কৰিব বিজেপিত। এই দাবী কৰিছে বিজেপি বিধায়ক প্ৰশান্ত ফুকনে। অৱশ্যে এতিয়ালৈ কোন কোন বিধায়ক এই তালিকাত আছে সেই কথা প্ৰকাশ কৰা নাই। কিন্তু বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি ক’লে ফুকনে। চৰ্চাত নন্দিতা দাস, যাদৱ স্বৰ্গীয়াৰী, ভাস্কৰজ্যোতি বৰুৱা, প্ৰদীপ সৰকাৰ, শিৱামণি বৰুৱা, বসন্ত দাস, দিগন্ত বৰ্মন, শশীকান্ত দাস ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 08, 2022, 12:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|