প্ৰথমে NRC লাগিব, কোনো কাৰণতে সমৰ্থন কৰা নহ’ব CAB : পবিন্দ্ৰ ডেকা

প্ৰথমে নাগৰিকপঞ্জী উন্নীতকৰণ হ’ব লাগিব। কোনো কাৰণতে সমৰ্থন কৰা নহ’ব নাগৰিকত্ব সংশোধনী বিধেয়কক। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য বিধায়ক পবীন্দ্ৰ ডেকাৰ।

news18assam
Updated:April 23, 2019, 2:04 PM IST
প্ৰথমে NRC লাগিব, কোনো কাৰণতে সমৰ্থন কৰা নহ’ব CAB : পবিন্দ্ৰ ডেকা
প্ৰথমে নাগৰিকপঞ্জী উন্নীতকৰণ হ’ব লাগিব। কোনো কাৰণতে সমৰ্থন কৰা নহ’ব নাগৰিকত্ব সংশোধনী বিধেয়কক। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য বিধায়ক পবীন্দ্ৰ ডেকাৰ।
news18assam
Updated: April 23, 2019, 2:04 PM IST
প্ৰথমে নাগৰিকপঞ্জী উন্নীতকৰণ হ’ব লাগিব। কোনো কাৰণতে সমৰ্থন কৰা নহ’ব নাগৰিকত্ব সংশোধনী বিধেয়কক। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য বিধায়ক পবীন্দ্ৰ ডেকাৰ। অমিত শ্বাহৰ মন্তব্যৰ বিৰোধিতা বিধায়কজনৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অটল বিধায়কজন।

পাটাছাৰকুছিত ৮০ শতাংশৰো অধিক ভোটদান হ’ব বুলি আশাবাদী ডেকা। কুমাৰ দীপক দাসে পাটাছাৰকুছিত সৰ্বাধিক ভোট লাভ কৰিব বুলিও মন্তব্য কৰে বিধায়কজনে।

উল্লেখযোগ্য যে সোমবাৰে পশ্চিম বংগৰ এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিছিল যে – প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক। তাৰ পিছতে হ'ব NRC উন্নীতকৰণ। বিশাল জনসভাক সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথাও পুনৰবাৰ দোহাৰিছিল বিজেপিৰ সভাপতিগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি