• Home
  • »
  • News
  • »
  • assam
  • »
  • ভূপেন বৰাক পুনৰ আক্ৰমণ জয়ন্ত মল্লৰ, এইবাৰ ক’লে – বেলেগ দলে নিয়া নাই বাবেহে তেওঁলোক কংগ্ৰেছত আছে

ভূপেন বৰাক পুনৰ আক্ৰমণ জয়ন্ত মল্লৰ, এইবাৰ ক’লে – বেলেগ দলে নিয়া নাই বাবেহে তেওঁলোক কংগ্ৰেছত আছে

জয়ন্ত মল্ল বৰুৱাই কয় যে বিৰোধীসকলে নিজে লগ হ'ব নোৱাৰি শাসক দলক বদনাম কৰিছে। বিৰোধী যদি আমি ভাঙিব পাৰিছো, তেন্তে আমি ভাল ৰাজনীতি কৰিছো।

  • Share this:
পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক কটাক্ষ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ। এইবাৰ জয়ন্ত মল্ল বৰুৱাই ক’লে – ‘‘আন দলে নিয়া নাই বাবেহে তেওঁলোক কংগ্ৰেছত আছে।’’

শুকুৰবাৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘ভূপেন বৰা নিজে কি অনুভৱ কৰিব পৰা নাই।কমেডী চাৰ্কাচৰ হ'ষ্ট সিদ্ধুৰ পৰা অনুপ্ৰাণিত হৈছে তেওঁ। চেনেলে ক'মেডী শ্ব' পাতি হ'ষ্টৰ দায়িত্ব ভূপেন বৰাক দিয়ক। জুবিন গাৰ্গকে এতিয়া ভূপেন বৰাই বদনাম কৰিব।’’

জয়ন্ত মল্ল বৰুৱাই কয় যে বিৰোধীসকলে নিজে লগ হ'ব নোৱাৰি শাসক দলক বদনাম কৰিছে। বিৰোধী যদি আমি ভাঙিব পাৰিছো, তেন্তে আমি ভাল ৰাজনীতি কৰিছো।

সনাতনী সভ্যতাত বিশ্বাস কৰা কোনো মানুহ কংগ্ৰেছত নাথাকে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয়, ‘‘বেলেগ দলে নিয়া নাই কাৰণেহে তেওঁলোক কংগ্ৰেছ দলত আছে।’’
Published by:Sanjay Kumar Das
First published: