মুখ্যপৃষ্ঠা »খবৰ »অসম »‘বটদ্ৰৱা কাণ্ড সংঘটিত কৰাসকল বাংলাদেশী, ফাঁচি হ’ব লাগে’ – মন্তব্য বিধায়ক দিগন্ত কলিতাৰ

‘বটদ্ৰৱা কাণ্ড সংঘটিত কৰাসকল বাংলাদেশী, ফাঁচি হ’ব লাগে’ – মন্তব্য বিধায়ক দিগন্ত কলিতাৰ

বিধায়ক–মন্ত্ৰী হ’লেও আইন হাতত তুলি ল’ব নোৱাৰে বুলি মন্তব্য কৰি কলিতাই কয়,  বাংলাদেশীৰ বিৰুদ্ধে মাত মাতি যাম। আইনৰ লগত খেলা কেতিয়াও কৰিব নোৱাৰে।

  • Share this:
‘‘যিসকল লোকে এই কাম কৰিছে তেওঁলোক বাংলাদেশী। তাত কেনেকুৱা মানুহ থাকে সকলোৱে জানে। আইনগতভাৱে এইসকল লোকৰ ফাঁচি হ’ব লাগে।’’ –বটদ্ৰৱা কাণ্ডক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই।

বিধায়কগৰাকীয়ে কয়, ‘‘এনে ঘটনাত কোনো কাৰণতে কাৰো দাদাগিৰি নচলিব। এনে কৰাৰ পৰা সকলোৱে বিৰত থাকক। আজি বিৰোধীয়ে কিয় মাত মতা নাই। আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব লাগে।’’

বিধায়ক–মন্ত্ৰী হ’লেও আইন হাতত তুলি ল’ব নোৱাৰে বুলি মন্তব্য কৰি কলিতাই কয়,  বাংলাদেশীৰ বিৰুদ্ধে মাত মাতি যাম। আইনৰ লগত খেলা কেতিয়াও কৰিব নোৱাৰে। আৰক্ষীৰ ভুল থাকিব পাৰে, কিন্ত থানা জ্বলাব নালাগে। ইয়াৰ ওপৰত শক্তিশালী পদক্ষেপ ল’ব লাগে। তাত কোনেকুৱা মানুহ থাকিব পাৰে সকলোৱে জানে। ভোটৰ ৰাজনীতি কৰাৰ বাবে মাত নামাতে কংগ্ৰেছে।

শেহতীয়া বাতৰি