মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত বিধায়ক ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত বিধায়ক ভৱেশ কলিতা

News18 Assam | News18-Assam
Updated:June 26, 2021, 3:38 PM IST
ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদত বিধায়ক ভৱেশ কলিতা
শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে।

শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে।

  • Share this:

  • অৱশেষত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম।

  • বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই ৰাজ্যিক বিজেপিক সভাপতি হিচাপে নিযুক্তি দিয়া হ'ল ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা।


  • শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰে।

  • বৰ্তমানৰ সভাপতি ৰণজিত দাসৰ পৰা শীঘ্ৰে দায়িত্বভাৰ চমজি ল'ব ভৱেশ কলিতাই।

Published by: Himangshu Bhuyan
First published: June 26, 2021, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি