• Home
  • »
  • News
  • »
  • assam
  • »
  • NRCত নাম নাহিল বিধায়ক অনন্ত মালোৰ, নাম নাই প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞাৰো

NRCত নাম নাহিল বিধায়ক অনন্ত মালোৰ, নাম নাই প্ৰাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞাৰো

দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীৰ কন্যাৰ নামো নাই NRCত।

দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীৰ কন্যাৰ নামো নাই NRCত।

দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীৰ কন্যাৰ নামো নাই NRCত।

  • Share this:
    NRCত নাম নাহিল অভয়াপুৰী দক্ষিণ সমষ্টিৰ AIUDFৰ বিধায়ক অনন্ত মালোৰ। বিধায়কগৰাকীৰ পুত্ৰৰো নাম নাই চূড়ান্ত তালিকাত। মালো যোগীঘোপাৰ চলন্তাপাৰাৰ বাসিন্দা। ইফালে, দলগাঁৱৰ বিধায়ক ইলিয়াছ আলীৰ কন্যাৰ নামো নাই NRCত।

    AIUDFৰ প্ৰাক্তন বিধায়কৰ নামো নাহিল চূড়ান্ত NRCত। আতাউৰ ৰহমান মাঝাৰ ভূঞাৰ নাম অন্তৰ্ভুক্ত নহ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত। কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক মাঝাৰ ভূঞা।

    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
    First published: