
ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক সৰ্বত্ৰ ধিক্কাৰ
ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক সৰ্বত্ৰ ধিক্কাৰ
ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামক সৰ্বত্ৰ ধিক্কাৰ। মহানগৰৰ ৱায়াৰলেছত সংঘটিত হোৱা বিধ্বংসী আগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা দুই কণমানি ঈশান আৰু ইভানৰ ঘৰত উপস্থিত হৈছিল বিধায়ক ইছলাম। কিন্তু তেনে এক শোকাকুল পৰিৱেশৰ মাজতো বিধায়কজনে লগত লৈ যোৱা এজন অনুগতক ফটো মাৰিবলৈ দি প’জ দিয়া দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত এতিয়া সকলোৱে একেমুখে গৰিহনা দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|