‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, ‘‘জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই ‘কা’ আন্দোলন স্তিমিত হৈছিল। ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ'লগৈ।’’
‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, ‘‘জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই ‘কা’ আন্দোলন স্তিমিত হৈছিল। ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ'লগৈ।’’
কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আদালতত উপস্থিত হোৱা সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, ‘‘মোৰ বিৰুদ্ধে ১৩৫টা গোচৰ আছে। লোহিয়াৰ ভূমি দখলৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলো। আৰু সেইবাবেই মোৰ বিৰুদ্ধে বিভিন্ন সময়ত ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতেই আজি উপস্থিত হৈছিলো আদালতত। কালি দুটা গোচৰৰ শুনানি হল, আজি চাৰিটা গোচৰৰ শুনানি হৈছে৷’’
কাইলে আকৌ আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ।
চলন্ত ৰে’লৰ সন্মুখত ভিডিঅ’ শ্বুট কৰিবলৈ গৈ মৃত্যুক সাবটিলে যুৱকে
‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয়, ‘‘জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱা বাবেই ‘কা’ আন্দোলন স্তিমিত হৈছিল। ৰাজপথৰ আন্দোলন গৈ খেলপথাৰত আবদ্ধ হ'লগৈ। আন্দোলনৰ নামত নাচ–গান হ'ল। এটা কথা খুব শুনিব পাই আছো যে মই আন্দোলন কৰিহে বিধায়ক হ’লো। মোৰ জীৱন আন্দোলনৰ বাবে উছৰ্গিত কৰিছো। আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু মই।’’
Assam News Today |
News in Assamese |
Latest News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|