உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • খং উঠিছে অখিল গগৈৰ! AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ অখিল গগৈৰ

    খং উঠিছে অখিল গগৈৰ! AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ অখিল গগৈৰ

    উপযুক্ত তথ্য প্ৰমাণ অবিহনে অভিযোগ তোলাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।

    উপযুক্ত তথ্য প্ৰমাণ অবিহনে অভিযোগ তোলাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।

    উপযুক্ত তথ্য প্ৰমাণ অবিহনে অভিযোগ তোলাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।

    • Share this:

    • AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ বিধায়ক অখিল গগৈৰ।

    • AIUDFৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ।

    • ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ পৰা অখিল গগৈয়ে টকা লোৱাৰ অভিযোগ তুলিছিল AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।

    • উপযুক্ত তথ্য প্ৰমাণ অবিহনে টকা লোৱাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।

    • কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালাতত ২৮১৭/২২ নম্বৰত গোচৰ তৰে অখিল গগৈয়ে।

    Published by:Himangshu Bhuyan
    First published: