উপযুক্ত তথ্য প্ৰমাণ অবিহনে অভিযোগ তোলাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।
উপযুক্ত তথ্য প্ৰমাণ অবিহনে অভিযোগ তোলাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।
- AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ বিধায়ক অখিল গগৈৰ।
- AIUDFৰ বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ।
- ৰাজ্যসভা নিৰ্বাচনত বিজেপিৰ পৰা অখিল গগৈয়ে টকা লোৱাৰ অভিযোগ তুলিছিল AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।
- উপযুক্ত তথ্য প্ৰমাণ অবিহনে টকা লোৱাৰ অভিযোগ বৰভূঞাৰ বিৰুদ্ধে।
- কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালাতত ২৮১৭/২২ নম্বৰত গোচৰ তৰে অখিল গগৈয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|