লখিমপুৰৰ বৰ্ষীয়ান শিক্ষাবিদ হেৰম্ব দেৱ শৰ্মা নিৰুদ্দেশ ৷ যোৱা শনিবাৰৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে ৭৫ বছৰীয়া প্ৰাক্তন অধ্যক্ষজন ৷
লখিমপুৰ পানীগাঁও ওমপ্ৰকাশ দিনোদিয়া মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল হেৰম্ব দেৱ শৰ্মা ৷ সম্পূৰ্ণ সুস্থ অৱস্থাত থকা দেৱ শৰ্মাৰ নিৰুদ্দেশ হোৱাৰ বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰিছে লখিমপুৰত ৷
কোনো লোকে কিবা সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|