• Home
  • »
  • News
  • »
  • assam
  • »
  • Lakhimpur : লখিমপুৰত ঘৰৰ পৰাই নিৰুদ্দেশ বৰ্ষীয়ান শিক্ষাবিদ হেৰম্ব দেৱ শৰ্মা

Lakhimpur : লখিমপুৰত ঘৰৰ পৰাই নিৰুদ্দেশ বৰ্ষীয়ান শিক্ষাবিদ হেৰম্ব দেৱ শৰ্মা

কোনো লোকে কিবা সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে

কোনো লোকে কিবা সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে

কোনো লোকে কিবা সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে

  • Share this:
লখিমপুৰৰ বৰ্ষীয়ান শিক্ষাবিদ হেৰম্ব দেৱ শৰ্মা নিৰুদ্দেশ ৷ যোৱা শনিবাৰৰ সন্ধিয়াৰ পৰা  নিৰুদ্দেশ হৈ আছে ৭৫ বছৰীয়া প্ৰাক্তন অধ্যক্ষজন ৷

লখিমপুৰ পানীগাঁও ওমপ্ৰকাশ দিনোদিয়া মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল হেৰম্ব দেৱ শৰ্মা ৷ সম্পূৰ্ণ সুস্থ অৱস্থাত থকা দেৱ শৰ্মাৰ নিৰুদ্দেশ হোৱাৰ বাতৰিয়ে চাঞ্চল্য সৃষ্টি কৰিছে লখিমপুৰত ৷

কোনো লোকে কিবা সম্ভেদ পালে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি