• Home
  • »
  • News
  • »
  • assam
  • »
  • উদ্ধাৰ হ’ল নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হোৱা ৩ বছৰীয়া শিশুটি, দুজনক আটক

উদ্ধাৰ হ’ল নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হোৱা ৩ বছৰীয়া শিশুটি, দুজনক আটক

শীঘ্ৰেই পৰিচয় উদ্ধাৰ হ’ব অগ্নিদগ্ধ হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ। চাহ জনগোষ্ঠীয় মহিলাগৰাকীৰ ঘৰ ঢেকিয়াজুলিত বুলি জানিব পৰা গৈছে।

  • Share this:
অৱশেষত উদ্ধাৰ হ’ল নগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হোৱা ৩ বছৰীয়া শিশুটি। চামগুৰিৰ দিজুবস্তিৰ পৰা উদ্ধাৰ হৈছে শিশুটি। ঘটনা সন্দৰ্ভত ২ জনক আটক কৰিছে আৰক্ষীয়ে। নগাঁৱলৈ আনি থকা হৈছে শিশুটিক। মঙলবাৰে উদ্ধাৰ হৈছিল আনটো শিশু।

শীঘ্ৰেই পৰিচয় উদ্ধাৰ হ’ব অগ্নিদগ্ধ হৈ মৃত্যু হোৱা মহিলাগৰাকীৰ। চাহ জনগোষ্ঠীয় মহিলাগৰাকীৰ ঘৰ ঢেকিয়াজুলিত বুলি জানিব পৰা গৈছে। ঢেকিয়াজুলিৰ ৰে’লআলিৰ কাষত দুই সন্তানসহ বাস কৰিছিল মহিলাগৰাকীয়ে। উদ্ধাৰ হোৱা ১০ বছৰীয়া কন্যা সন্তানে এই বিষয়ে জনাইছে আৰক্ষীক।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি