প্ৰথমে মন্দিৰৰ পাকঘৰত সুৰাপান, তাৰ পিছত পূজাৰীক ডেগাৰ দেখুৱাই লুটি নিলে মন্দিৰৰ মূল্যবান সামগ্ৰী, দানপাত্ৰৰ ধন

News18 Assam | News18-Assam
Updated:October 27, 2020, 12:40 PM IST
প্ৰথমে মন্দিৰৰ পাকঘৰত সুৰাপান, তাৰ পিছত পূজাৰীক ডেগাৰ দেখুৱাই লুটি নিলে মন্দিৰৰ মূল্যবান সামগ্ৰী, দানপাত্ৰৰ ধন
ঘটনা সন্দৰ্ভত কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল  কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷

ঘটনা সন্দৰ্ভত কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল  কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷

  • Share this:
বিজয়া দশমীৰ নিশা নগাঁও জিলাৰ কঠিয়াতলী বামণ গোঁসাই থানত চাঞ্চল্যকৰ ঘটনা৷ পূজাৰীক ডেগাৰ দেখুৱাই লুটি নিলে মন্দিৰৰ মূল্যবান সামগ্ৰী৷ মন্দিৰৰ পাকঘৰত সুৰাপানো কৰি যায় দুৰ্বৃত্তৰ দলটোৱে৷ মন্দিৰৰ সোণ–ৰূপৰ অলংকাৰ, পানীৰ মটৰ, তাল আৰু দান পাত্ৰ ভাঙি নগদ ধনো লৈ যায় দুৰ্বৃত্তৰ দলটোৱে৷ ঘটনা সন্দৰ্ভত কঠিয়াতলী আৰক্ষী চকীত এজাহাৰ দাখিল  কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে৷
Published by: Sanjay Kumar Das
First published: October 27, 2020, 12:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading