• Home
  • »
  • News
  • »
  • assam
  • »
  • বঙাইগাঁৱত চালকক নিচাযুক্ত দ্ৰব্য খুৱাই ই–ৰিক্সা লৈ উধাও চোৰ, পথৰ দাঁতিত পৰি থাকিল অচেতন চালক

বঙাইগাঁৱত চালকক নিচাযুক্ত দ্ৰব্য খুৱাই ই–ৰিক্সা লৈ উধাও চোৰ, পথৰ দাঁতিত পৰি থাকিল অচেতন চালক

যাত্ৰীৰ বেশত অহা দুই দুৰ্বৃত্তই শীতল পানীয়ৰ সৈতে নিচাযুক্ত দ্ৰব্য মিহলি কৰি খুওৱাৰ ফলত চালকজনক অচেতন হৈ পৰে আৰু তাৰ পিছতে দুৰ্বৃত্তই ই–ৰিক্সাৰ লগতে মে’বাইল আদি লুট কৰি নিয়ে৷

  • Share this:
বঙাইগাঁৱত চালকক নিচাযুক্ত দ্ৰব্য খুৱাই ই-ৰিক্সা লৈ উধাও দুৰ্বৃত্ত৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ চালকজনক৷ সম্প্ৰতি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন চালকজন কান্দুলিমাৰীৰ সঞ্জয় ৰায়৷ ফোনযোগে ই–ৰিক্সা ভাৰা আছে বুলি কৈ চালকজনক মাতি নিয়াৰ পিছত এইদৰে উদ্ধাৰ হয়৷

যাত্ৰীৰ বেশত অহা দুই দুৰ্বৃত্তই শীতল পানীয়ৰ সৈতে নিচাযুক্ত দ্ৰব্য মিহলি কৰি খুওৱাৰ ফলত চালকজনক অচেতন হৈ পৰে আৰু তাৰ পিছতে দুৰ্বৃত্তই ই–ৰিক্সাৰ লগতে মে’বাইল আদি লুট কৰি নিয়ে৷ স্থানীয় লোকে চালকজনক পৰি থকা দেখি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি